ব্যক্তিগত জীৱনত কেনে মহম্মদ ইউনুছ? কিমান নাৰীৰে আছে সম্পৰ্ক…

Dec 24, 2025 | 10:19 PM

মহম্মদ ইউনুছ বৰ্তমান বিশেষ চৰ্চাত আছে। যোৱা এবছৰতকৈ অধিক সময় ধৰি তেওঁ বাংলাদেশৰ মুখ্য উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। পিছে ব্যক্তিগত জীৱনত কেনেকুৱা ইউনুছ?

নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছ। শ্বেখ হাছিনা চৰকাৰৰ অভ্যুত্থানৰ পাছতে মহম্মদ ইউনুছে বাংলাদেশৰ মুখ্য উপদেষ্টাৰ পদ গ্ৰহণ কৰিছিল। তেতিয়াৰ পৰা তেওঁ এই পদত অধিষ্ঠিত হৈ আছে। এইগৰাকী ব্যক্তিৰ হাতলৈ শাসনভাৰ অহাৰ পাছতে বাংলাদেশৰ ভাৰতৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটিছে। পিছে প্ৰশ্ন হয়, ব্যক্তিগত জীৱনত ইউনুছ কেনেকুৱা? কিমান নাৰীৰ সৈতে সম্পৰ্ক আছে?

খবৰ অনুসৰি, ইউনুছৰ কেইবাগৰাকী নাৰীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে। ইয়াৰ কেইগৰাকীমান মহিলাক তেওঁ বিশেষ দায়িত্বও প্ৰদান কৰিছে। বহু বছৰ আগতে ইউনুছে ৰাছিয়াৰ এগৰাকী যুৱতীক বিয়া কৰাইছিল। তাৰ পাছত দ্বিতীয়বাৰ বিয়া কৰাইছিল পশ্চিমবংগৰ এগৰাকী মহিলাক। ইউনুছৰ সন্তানো আছে।  ইউনুছৰ দ্বিতীয় পত্নীৰ নাম আফ্ৰোজি বিবি। এইগৰাকী মহিলাৰ সৈতে ইউনুছৰ প্ৰথমে প্ৰেম হৈছিল আৰু পাছত বিবাহ।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…