Dharmendra Deol-Hema Malini: কিয় ধৰ্মেন্দ্ৰৰ সম্পত্তিৰ ভাগ নাপায় হেমা মালিনীয়ে !

Nov 26, 2025 | 11:26 PM

৫১ টকাৰে অভিনয় জগতত যাত্ৰা আৰম্ভ কৰা এইগৰাকী নায়কৰ সম্পত্তি বৰ্তমান প্ৰায় ৫০০ কোটি। কিন্তু জানেনে,প্ৰায়ত এইগৰাকী প্ৰবীন চুপাৰষ্টাৰৰ দ্বিতীয় পত্নী হেমাই এই বিশাল সম্পত্তিৰ এটা অংশও নাপাব! হয়, বিষয়টো ঠিক তেনেকুৱাই।

পঞ্জাৱৰ পৰা মুম্বাইলৈ আহি বলিউডৰ নায়ক হৈছিল ধৰ্মেন্দ্ৰ। এটা সাধাৰণ জীৱনৰ পৰা বলিউডৰ চুপাৰষ্টাৰ হোৱালৈ সাহসেৰে জীৱনটোক আগুৱাই নিছিল ধৰ্মেন্দ্ৰই। এটা সময়ত ধৰ্মেন্দ্ৰই কম দৰমহাত গেৰেজৰ কামো কৰিছিল। তেওঁ প্ৰথমখন চিনেমাত অভিনয় কৰি লাভ কৰিছিল মাত্ৰ ৫১ টকা। ইয়াৰ পাছত ছয়টা দশক বলিউডত দপদপাই আছিল ধৰ্মেন্দ্ৰই।