Amitabh Bachchan: কেৰিয়াত অমিতাভে লাভ কৰা আটাইতকৈ দামী উপহাৰ কি? জানি আচৰিত হ’ব…

| Oct 13, 2025 | 9:07 AM

অমিতাভ বচ্চনৰ বৰ্তমানৰ বাসস্থান হৈছে মুম্বাইৰ জুহু অঞ্চলত অৱস্থিত চহকী বাংলো জলছা। এয়া তেওঁৰ উপহাৰ। তেওঁক ইমান দামী উপহাৰ কোনে দিছিল জানেনে?

অমিতাভ বচ্চন। বলীউডৰ এইগৰাকী শ্বাহেনশ্বাহ এসময়ত প্ৰতীক্ষাত বাস কৰিছিল। প্ৰতিক্ষাত আগতে অমিতাভে গোটেই পৰিয়ালটোৰ সৈতে বাস কৰিছিল। কিন্তু প্ৰতীক্ষাৰ সেই ঘৰটো এতিয়া অতীত। বৰ্তমানেও আছে অমিতাভৰ সেই ঘৰটো। শেহতীয়াকৈ এই ঘৰটো মেৰামতিৰ কাম আৰম্ভ কৰিছে অভিতাভে। কিন্তু প্ৰশ্ন হয়, কিয় হঠাৎ সেই ঘৰটো এৰি নতুন ঠিকনা এটালৈ ওলাই আহিছিল অমিতাভে? ইয়াৰ আঁৰত আছে এটা ব্যয়বহুল উপহাৰ।