জন আব্ৰাহামৰ প্ৰেমত কেটৰিনা, খঙত বিপাশা! তাৰ পিছত…

Sep 24, 2025 | 10:18 PM

পিছে আজি কেটৰিণা আৰু বিকিৰ কথা নহয়, আজি বলীউডৰ দুগৰাকী হট হিৰোইন বিপাশা বসু আৰু কেটৰিনা কাঈফৰ জীৱনৰ অহা সেই সুঠাম যুৱকজনৰ কথা।

কেটৰিনা আৰু বিকিৰ যুটি বলীউডৰ অন্যতম বিখ্যাত যুটি । কেটৰিনা-বিকীৰ প্ৰেমৰ বিষয়ে সকলোতে চৰ্চা চলে। পিছে আজি কেটৰিণা আৰু বিকিৰ কথা নহয়, আজি বলীউডৰ দুগৰাকী হট হিৰোইন বিপাশা বসু আৰু কেটৰিনা কাঈফৰ জীৱনৰ অহা সেই সুঠাম যুৱকজনৰ কথা।

কাহিনী ২০০৮ চনৰ… তেতিয়ালৈকে বিপাশা আৰু জন আব্ৰাহামৰ প্ৰেমৰ সম্পৰ্ক চৰ্চাত আছিল। ঠিক সেই সময়তে বলীউডত জন আব্ৰাহামে বিপাশাক এৰি কেটৰিনাৰ প্ৰেমত পৰিছে বুলি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। আনহাতে চলমানৰ পৰা আঁতৰি যোৱাৰ পিছত কেটৰিনাৰ সুন্দৰ পেশী থকা যুৱকলৈ আগ্ৰহ বাঢ়ে। ‘নিউয়ৰ্ক’ ছবিখনৰ শ্বুটিংৰ সময়ত জন আৰু কেটৰিনাই প্ৰেমৰ সম্পৰ্ক আছিল বুলি কোৱা হৈছিল।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…