অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, ২০২৫ সন্দৰ্ভত কি ক’লে অখিল গগৈয়ে?
TV9 Assamr- ৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত বিধায়ওক অখিল গগৈয়ে বিধেয়কখনক লৈ গুৰুত্বপূৰ্ণ মত প্ৰকাশ কৰে। কেৱল ইমানেই নহয়, এই সাক্ষাৎকাৰত তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাম্প্ৰদায়িক আখ্যা দিয়ে। কি ক’লে বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে, জানিবলৈ চাওক ভিডিঅ’।
অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, ২০২৫ আজি অসম বিধানসভাত গৃহীত হয়। সদনত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিধেয়ক উত্থাপন কৰাৰ পিছত দীঘলীয়া বিতৰ্কৰ অন্তত এই বিধেয়কখন গৃহীত হয়। ইফালে বহু বিবাহ ৰোধৰ বাবে ৰাজ্য চৰকাৰে অনা এই বিধেয়কখনৰ বিৰোধিতা কৰে বহুকেইজন বিৰোধী বিধায়কে। পিছে সদনত সততে সক্ৰিয় হৈ পৰা শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ এই বিধেয়ক সন্দৰ্ভত মত কি?
TV9 Assam- ৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত বিধায়ওক অখিল গগৈয়ে বিধেয়কখনক লৈ গুৰুত্বপূৰ্ণ মত প্ৰকাশ কৰে। কেৱল ইমানেই নহয়, এই সাক্ষাৎকাৰত তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাম্প্ৰদায়িক আখ্যা দিয়ে। কি ক’লে বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে, জানিবলৈ চাওক ভিডিঅ’…
