BTC: বিটিচি পুনৰ ইউপিপিএলৰেই হ’ব, বিধায়ক জলেন দৈমাৰীৰ দাবী

Sep 16, 2025 | 4:30 PM

পুনৰ বিটিচিৰ শাসনলৈ আহিব ইউপিপিল। এক আছুতীয়া সাক্ষাৎকাৰত এই দাবী কৰে বিধায়ক জলেন দৈমাৰীয়ে। তেওঁ দাবী কৰে যে, এই বিটিচি নিৰ্বাচনত UPPLদলে ২৮ খন আসন লাভ কৰিব।

পুনৰ বিটিচিৰ শাসনলৈ আহিব ইউপিপিল। এক আছুতীয়া সাক্ষাৎকাৰত এই দাবী কৰে বিধায়ক জলেন দৈমাৰীয়ে। তেওঁ দাবী কৰে যে, এই বিটিচি নিৰ্বাচনত UPPLদলে ২৮ খন আসন লাভ কৰিব। তদুপৰি তেওঁ কয় যে, হাতী মানুহৰ সংঘাত নিৰাময়ৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ভূটান সীমান্তত খোৱা পানীৰ ব্যবস্থা কৰাৰ বাবে প্ৰয়াস কৰা হৈছে। দৰঙাজুলি সমষ্টিত নিৰ্বাচনী যুঁজত UPPL দলে শেষ হাঁহি মাৰিব দাবী জলেন দৈমাৰীৰ।