মুকুল ভূঞাক আটকৰ পৰা মোদীৰ চীন ভ্ৰমণলৈ, দিনটোৰ খবৰ…

Aug 31, 2025 | 10:22 PM

আজি মোদীয়ে মন কী বাত নামৰ অনুষ্ঠানৰ যোগেদি দেশবাসীক সম্বোধন কৰে। বৰ্তমান চীন ভ্ৰমণত ব্যস্ত আছে মোদী। যিয়ে দৃষ্টি কাঢ়িছে বহুতৰ।

1. শনিবাৰে নিশা দুধনৈ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। মৃত্যু এজনৰ।

2. বিটিচি নিৰ্বাচনৰ বাবে ইউ পি পি এল আৰু অগপৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ।

3.  আটক নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ নিলম্বিত অধীক্ষক মুকুল ভূঞা। অভিযোগ অনুসৰি, তেওঁৰ আশীৰ্বাদতে কাৰাগাৰত চলি আছিল ড্ৰাগছৰ বেহা।

4. মন কী বাতৰ জৰিয়তে দেশবাসীক সম্বোধন মোদীৰ। এয়া আছিল ১২৫ সংখ্যক খণ্ড।

5.  সাংসদ মহুৱা মৈত্ৰইৰ বিৰুদ্ধে এজাহাৰ দাখিল।

6. বৰ্তমান চীনত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণে দৃষ্টি কাঢ়িছে বহুতৰ।

7. মোদী ব্যস্ত চীন ভ্ৰমণত। ইফালে ইয়াৰ বিৰোধিতা কংগ্ৰেছৰ।

8. ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ ডাঙৰ মন্তব্য। তেওঁৰ মতে, কালি স্পষ্ট হৈ যাব যে পুটিনে ট্ৰাম্পৰ লগত পুনৰ খেল খেলিছেনে নাই।

9. ইণ্ডোনেছিয়াত ভয়ংকৰ ঘটনা।