হোজাইৰ নিৰ্বাচনকেন্দ্ৰিক সংঘাত, ভাৰত-পাকৰ উত্তেজনা, চাওক গুৰুত্বপূৰ্ণ খবৰ

| May 08, 2025 | 8:45 PM

Top 9: হোজাইত নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি৷ লোকেশ দাস নামৰ এজন লোকক হত্যা দুৰ্বৃত্তৰ৷ ভগ্নীয়ে নিৰ্বাচন খেলাই কাল হ’ল লোকেশ দাসৰ৷ 

  1. আধুনিকীকৰণ হ’ব ঐতিহ্যমণ্ডিত দীঘলীপুখুৰী। নতুন ৰূপেৰে সমৃদ্ধ হ’ব দীঘলীপুখুৰীৰ পৰিৱেশ। দীঘলীপুখুৰীৰ পানী পৰিস্কাৰ কৰাৰ ক্ষেত্ৰত অসম পৰ্যটন বিভাগৰ বিশেষ পদক্ষেপ।
  2. হোজাইত নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি৷ লোকেশ দাস নামৰ এজন লোকক হত্যা দুৰ্বৃত্তৰ৷ ভগ্নীয়ে নিৰ্বাচন খেলাই কাল হ’ল লোকেশ দাসৰ৷
  3. অব্যাহত আছে ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা।  অপাৰেশ্যন সেন্দূৰৰ পাছতে পাকিস্তানে LOC ত অহৰহ গুলীচালনা চলাই গৈছে। পাকিস্তানৰ আক্ৰমণত ১৬জন নিৰীহ ভাৰতীয়ৰ মৃত্যু ।