Zubeen Garg: জুবিন ক্ষেত্ৰৰ ডিজাইনৰ বাবে গঠন কৰা সমিতিয়ে পৰিদৰ্শন কৰিলে প্ৰস্তাৱিত ভূমি

| Oct 30, 2025 | 4:23 PM

সেই স্থানলৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ সহ ভগ্নী পামী বৰঠাকুৰ আৰু নিৰ্মাণ সমিতিৰ সদস্য তথা মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত, বীৰেন সিংহ, প্ৰাঞ্জল শইকীয়া, অনুৰাধা শৰ্মা শ্যামন্তক গৌতম আৰু শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰকে ধৰি আটাইকেইজন সদস্য যায় ৷

জুবিন অনুৰাগীয়ে এতিয়া পুণ্য তীৰ্থলৈ পৰিণত কৰিছে সোণাপুৰৰ জুবিন ক্ষেত্ৰ। আজি পুৱা জুবিন ক্ষেত্ৰত গৰিমা গাৰ্গ সহ শিল্পী-সাহিত্যিক। জুবিন ক্ষেত্ৰৰ ডিজাইনৰ বাবে গঠন কৰা সমিতিয়ে পৰিদৰ্শন কৰিলে প্ৰস্তাৱিত ভূমি। জুবিন ক্ষেত্ৰলৈ আৰু মাটি আগবঢ়োৱাৰ আগ্ৰহ প্ৰকাশ স্থানীয় লোকৰ।

সেই স্থানলৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ সহ ভগ্নী পামী বৰঠাকুৰ আৰু নিৰ্মাণ সমিতিৰ সদস্য তথা মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত, বীৰেন সিংহ, প্ৰাঞ্জল শইকীয়া, অনুৰাধা শৰ্মা শ্যামন্তক গৌতম আৰু শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰকে ধৰি আটাইকেইজন সদস্য যায় ৷ আটাইকেইগৰাকী সদস্যই জুবিন ক্ষেত্ৰৰ চৌহদ পৰিদৰ্শন কৰি ইয়াৰ পৰিসৰ বৃদ্ধি কৰাৰ মতপোষণ কৰে ৷

সবিশেষৰ বাবে চাওক এই ভিডিঅ’