EMIৰ সুবিধা আৰু নহ’ব বিপদৰ সাৰথি! হওক সতৰ্ক

Oct 11, 2025 | 9:59 PM

ঋণ প্ৰতিষ্ঠানসমূহৰ এনে পদক্ষেপৰ পিছত এতিয়া সহজে ঋণ লাভৰ পথ বন্ধ হৈ পৰিব। পিছে কিয় এতিয়া এনে ব্যৱস্থা কৰিবলগা হৈছে? ইয়াৰ আঁৰত কি কাৰণ আছে? সেই বিষয়ে জনাটোও নিশ্চিতভাৱে উচিত হ’ব।

বহুলোকৰে নিজা পছন্দ অনুসাৰে অধিক সেৱা তথা সুবিধা উপলব্ধ মোবাইল এটা ক্ৰয়ৰ আশা থাকে কিন্তু হাতত সেই অনুসাৰে ধন নথকাৰ বাবে শেষত EMI জৰিয়তে মোবাইল ক্ৰয় কৰিবলৈ বাধ্য হয় কিন্তু EMI মোবাইল ক্ৰয়ৰ ক্ষেত্ৰতো এতিয়া সাৱধান হোৱাৰ প্ৰয়োজন আহি পৰিছে ইয়াৰ আঁৰত আছে দেশৰ ঋণৰ বজাৰত দেখা দিয়া এক সংকট ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহে এতিয়া এনে সংকটৰ মোকাবিলা কৰিবলৈ এক বিশেষ পদক্ষেপ গ্ৰহণৰ বাবে সাজু হৈছে

ঋণ প্ৰতিষ্ঠানসমূহৰ এনে পদক্ষেপৰ পিছত এতিয়া সহজে ঋণ লাভৰ পথ বন্ধ হৈ পৰিব পিছে কিয় এতিয়া এনে ব্যৱস্থা কৰিবলগা হৈছে? ইয়াৰ আঁৰত কি কাৰণ আছে? সেই বিষয়ে জনাটোও নিশ্চিতভাৱে উচিত