Zubeen Garg: জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ সংবাদমেল

| Oct 11, 2025 | 3:20 PM

SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ সংবাদমেল। সংবাদমেল জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত কি কি তথ্য প্ৰকাশ কৰিলে?

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ সংবাদমেল। সংবাদমেল জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত তেওঁ কয়,তদন্ত ভালদৰে চলি আছে। SIT ছিংগাপুৰ যোৱা সন্দৰ্ভত বহুতে প্ৰশ্ন কৰি আছে, SIT ছিংগাপুৰলৈ যোৱাৰ এটা বিশেষ ব্যৱস্থা আছে। বিদেশ ৰাষ্ট্ৰত পুলিচে নিজাববীয়াকৈ তদন্ত কৰিব নোৱাৰে। আমি মিউচুৱেল লিগেল ৰিকুৱেষ্ট যোগে তদন্তৰ প্ৰস্তাৱ ইতিমধ্যে প্ৰেৰণ কৰিছো। আমাৰ তদন্ত আৰম্ভ হোৱাৰ লগে লগে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ জৰিয়তে প্ৰস্তাৱ পঠিয়াইছোঁ।

সবিশেষৰ বাবে চাওক সম্পূৰ্ণ সংবাদমেলখন…