আপুনি নজনাকৈয়ে WhatsApp হেক হৈছে নেকি! হেকাৰে পেলাইছে নতুন ফান্দ
হেকাৰে নতুন কৌশলেৰে আপোনাৰ হোৱাটছএপ হেক কৰিলেও আপুনি এইবিষয়ে জ্ঞাত নহ’ব। অৰ্থাৎ আপুনি নজনাকৈয়ে এইবাৰ হেকাৰে আপোনাক বিপদলৈ ঠেলি দিব। পিছে কি এই নতুন কৌশল? কিদৰে হেকাৰে আপোনাৰ হোৱাটছএপ হেক কৰিব? এই বিষয়ে সবিশেষ জানিবলৈ চাওক ভিডিঅ’।
বৰ্তমান সময়ত হেকাৰে ভিন্ন পন্থাৰ জৰিয়তে প্ৰৱঞ্চনাৰ জাল পেলায়। প্ৰৱঞ্চকৰ এনে ফান্দত ভৰি দি সৰ্বস্ব হেৰুৱাব লগা হয় সাধাৰণ লোকে। হোৱাটছএপৰ জৰিয়তেও হেকাৰে এইদৰে প্ৰৱঞ্চনাৰ ফান্দ পাতে। আকৰ্ষণীয় অফাৰ তথা কেছবেক বা আন কোনো লোভনীয় সুবিধাৰ লোভ দি হেকাৰে হোৱাটছএপ ব্যৱহাৰকাৰীলৈ লিংক প্ৰেৰণ কৰে আৰু এই লিংকত ক্লিক কৰাৰ লগে লগে সৰ্বশ্ৰান্ত হ’বলগা হয় ব্যৱহাৰকাৰীসকল। পিছে হেকাৰৰ প্ৰৱঞ্চনাৰ এই কৌশল এতিয়া পুৰণি হ’ল, এতিয়া হেকাৰে পেলাইছে লুণ্ঠনৰ এক নতুন জাল।
হেকাৰে নতুন কৌশলেৰে আপোনাৰ হোৱাটছএপ হেক কৰিলেও আপুনি এইবিষয়ে জ্ঞাত নহ’ব। অৰ্থাৎ আপুনি নজনাকৈয়ে এইবাৰ হেকাৰে আপোনাক বিপদলৈ ঠেলি দিব। পিছে কি এই নতুন কৌশল? কিদৰে হেকাৰে আপোনাৰ হোৱাটছএপ হেক কৰিব? এই বিষয়ে সবিশেষ জানিবলৈ চাওক ভিডিঅ’…
