দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত আৰএছএছৰ মুৰব্বী মোহন ভাগৱত
জানিব পৰা মতে, আৰ এছ এছৰ শতবৰ্ষ পূৰ্ণ উপলক্ষে মোহন ভাগৱতে ১৮ আৰু ১৯ নৱেম্বৰত দৰ্শনালয়ত থাকি বৌদ্ধিক, মত-বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷
দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা: মোহন ভাগৱত। জানিব পৰা মতে, আৰ এছ এছৰ শতবৰ্ষ পূৰ্ণ উপলক্ষে মোহন ভাগৱতে ১৮ আৰু ১৯ নৱেম্বৰত দৰ্শনালয়ত থাকি বৌদ্ধিক, মত-বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷
