শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
স্তনৰ আকাৰ বৃদ্ধি কৰি বিপদত ছাৰ্লিন চোপ্ৰা! চিকিৎসালয়ত ভৰ্তি...

স্তনৰ আকাৰ বৃদ্ধি কৰি বিপদত ছাৰ্লিন চোপ্ৰা! চিকিৎসালয়ত ভৰ্তি…

barasha-sarma
Barasha Sarma | Published: 13 Nov 2025 18:39 PM

Sherlyn Chopra: প্ৰায় বিভিন্ন সময়ত চৰ্চাত থাকে চেলিব্ৰেটি ছাৰ্লিন চোপ্ৰা। শেহতীয়াকৈ এটা তেওঁ সামাজিক মাধ্যমত ভিডিঅ আপলোড কৰিছে। য'ত তেওঁ শেহতীয়াকৈ কৰা এক বিশেষ অস্ত্ৰোপচাৰৰ কথা উল্লেখ কৰিছে।

প্ৰায় বিভিন্ন কাৰণত চৰ্চাত থাকে চেলিব্ৰেটি ছাৰ্লিন চোপ্ৰা। লুক হওক বা বিতৰ্কিত মন্তব্য, বিভিন্ন কাৰণত ছাৰ্লিন চৰ্চাৰ বিষয় হৈ পৰে। শেহতীয়াকৈ ছাৰ্লিনে পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। এইবাৰ পিছে বিতৰ্ক নহয়। অন্য কাৰণতহে ছাৰ্লিন আলোচনাৰ অংশ হৈছে। ছাৰ্লিনে স্তনৰ ইমপ্লান্ট আঁতৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কয় যে, শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখ্য যে, নিজক ধুনীয়া কৰিবলৈ বহু চেলিব্ৰেটিয়ে ফিলাৰ, স্তন ইমপ্লান্টৰ দৰে ব্যৱস্থাৰ সহায় লয়। এনে ক্ষেত্ৰত পৃথক নাছিল ছাৰ্লিন। তেওঁৱো স্তনৰ ইমপ্লান্ট কৰিছিল। কিন্তু এতিয়া তেওঁৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিছে। শেহতীয়াকৈ তেওঁ এই সন্দৰ্ভত হাস্পাতালৰ বিচনাৰ পৰা এটা ভিডিঅ’ আপলোড কৰিছে।

সবিশেষৰ বাবে চাওক ভিডিঅ’…