ৰাষ্ট্ৰীয় বঁটা পালেও ধন ভগাব লাগিব শ্বাহৰুখ খানে, কিন্তু কিয়?

| Sep 24, 2025 | 11:02 PM

কিন্তু ইমান বছৰত ইমান আন্তৰ্জাতিক খ্যাতি অৰ্জন কৰাৰ পিছতো ভাৰতৰ সৰ্বোচ্চ চলচ্চিত্ৰ বঁটা এয়াই প্ৰথম। মঙলবাৰে সন্ধিয়া ঠিক ৫:৩০ বজাত শ্বাহৰুখ খানৰ হাতত প্ৰমাণ পত্ৰ প্ৰদান কৰে।

অৱশেষত বলীউডৰ কিং শ্বাহৰুখ খানে লাভ কৰিলে ৰাষ্ট্ৰীয় স্বীকৃতি। তিনি দশকৰো অধিক সময় হিন্দী চিনেমা জগতত  শাসন কৰাৰ পাছত “জৱান” ছবিখনে কিং খানক এই সন্মান উপহাৰ দিয়ে। এই ছবিখনত কৰা অভিনয়ৰ বাবে কিঙে ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে।