India-Nepal Border: ভাৰত-নেপাল সীমান্তত ভাৰতীয় সেনাৰ কটকটীয়া নিৰপত্তা

| Sep 10, 2025 | 4:47 PM

নেপালত এক অশান্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগে লগে, ভাৰত-নেপাল সীমান্তত ভাৰতীয় সেনাৰ নহয়, বৰঞ্চ ভাৰতীয় সীমান্তৰক্ষী বলে (SSB)'ক উচ্চ সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু কেইবা ঠাইত সুৰক্ষাৰ দায়িত্ব বৃদ্ধি কৰিবলৈ নির্দেশ দিয়া হৈছে। সেয়ে ভাৰত-নেপাল সীমান্তত ভাৰতীয় সেনাই কৰিছে কটকটীয়া নিৰপত্তাৰ ব্যৱস্থা।

ক্ৰমাৎ অৱনতি ঘটিছে নেপালৰ পৰিস্থিতি। মঙলবাৰে কাঠমাণ্ডুত পুনৰবাৰ প্ৰতিবাদ হিংসাত্মক ৰূপ ধাৰণ কৰাৰ লগতে প্ৰতিবাদকাৰীয়ে সংসদ ভৱনত জুই লগাই দিয়ে। এই হিংসা কেৱল কাঠমাণ্ডুতে সীমাবদ্ধ নহয়, নেপালৰ সীমান্তৱৰ্তী অঞ্চলতো বিয়পি পৰিছে।

নেপালত এক অশান্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগে লগে, ভাৰত-নেপাল সীমান্তত ভাৰতীয় সেনাৰ নহয়, বৰঞ্চ ভাৰতীয় সীমান্তৰক্ষী বলে (SSB)’ক উচ্চ সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু কেইবা ঠাইত সুৰক্ষাৰ দায়িত্ব বৃদ্ধি কৰিবলৈ নির্দেশ দিয়া হৈছে। সেয়ে ভাৰত-নেপাল সীমান্তত ভাৰতীয় সেনাই কৰিছে কটকটীয়া নিৰপত্তাৰ ব্যৱস্থা।