নৰেন্দ্ৰ মোদীৰ পাছত প্ৰধানমন্ত্ৰী কোন? উত্তৰ দিলে আৰ এছ এছ প্ৰমুখ মোহন ভাগৱতে

Dec 12, 2025 | 11:09 PM

যোৱা মঙলবাৰে এনে কেতবোৰ প্রশ্ন নিক্ষেপ কৰা হয় আৰ এছ এছৰ সৰসংঘ চালক মোহন ভাগৱতলৈ। চেন্নাইত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উদযাপনত উপস্থিত থাকে মোহন ভাগৱত। তাতেই এই প্ৰশ্নটো তেওঁলৈ নিক্ষেপ কৰা হ’ল। যাৰ উত্তৰে আপাততঃ বিভিন্ন ৰাজনৈতিক চৰ্চাৰ সৃষ্টি কৰিছে।

মোদীৰ পিছত কোন হ’ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী? এই প্ৰশ্ন আজিৰ নহয়। ৰাজনীতিবিদৰ এটা অংশই ভাবে যে বাজপেয়ীৰ পিছত নৰেন্দ্ৰ মোদী বিজেপিৰ আটাইতকৈ পৰিচিত আৰু জনপ্ৰিয় মুখ। অৱশ্যে এই তালিকাত লাল কৃষ্ণ আদৱানীৰ দৰে নেতা আছে, কিন্তু ৰাজনীতি নকৰা সকলৰো মনত এই দুটা নাম খোদিত হৈ আছে। কিন্তু কিমান দিনলৈ নৰেন্দ্ৰ মোদীৰ ভাবমূর্তি কিমান দিন থাকিব? তেওঁৰ পিছত কোনে দায়িত্ব ল’ব? বিজেপি আৰু সংঘ পৰিবাৰৰ মাজত কোন হ’ব সেতু?