Wedding Ritual: পত্নীৰ শিৰত কোন কোন দেৱীৰ আশীৰ্বাদ থাকে? স্বামীয়ে কিয় ৩ বাৰ সেন্দূৰ দিয়ে জানক
বিবাহৰ নিয়ম ঠাইভেদে বেলেগ বেলেগ। বিয়াৰ সময়ত দৰাই কইনাৰ শিৰত সেন্দূৰ আঁকি দিয়ে। কইনাৰ শিৰত এবাৰ নহয়, মুঠত তিনিবাৰ সেন্দূৰ লগায়।
ভাৰতীয় সংস্কৃতিত বিবাহ এক পবিত্ৰ বান্ধোন। বিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু আৱেগিক মুহূৰ্ত হ’ল সেন্দূৰৰ দিয়া ৷ এগৰাকী হিন্দু বিবাহিত মহিলাৰ বাবে সেন্দূৰ তেওঁৰ বিবাহিত জীৱনৰ প্ৰতীক। স্বামীৰ দীৰ্ঘায়ু কামনা কৰিবলৈ শিৰত বুলাই দিয়া হয়। সেন্দূৰ বিবাহ অনুষ্ঠানৰ এক গুৰুত্বপূৰ্ণ অংশ। কিন্তু এই শুভ কাম তিনিবাৰ কিয় কৰা হয়? ইয়াৰ আঁৰৰ কাৰণটো জানি লওক।
বিবাহৰ নিয়ম ঠাইভেদে বেলেগ বেলেগ। বিয়াৰ সময়ত দৰাই কইনাৰ শিৰত সেন্দূৰ আঁকি দিয়ে। কইনাৰ শিৰত এবাৰ নহয়, মুঠত তিনিবাৰ সেন্দূৰ লগায়। এয়া কেৱল এটা ৰীতি-নীতি নহয়, ইয়াৰ আঁৰত আছে এক গভীৰ ধৰ্মীয় কাৰণ। শিৰত তিনিগৰাকী দেৱীৰ আশীৰ্বাদ লাভকৰে বুলি কোৱা হয়।
