ঐশ্বৰ্য-কেটৰিনাৰে বিচ্ছেদৰ আঁৰৰ কাৰণ কি? মন খুলি ক’লে ছলমানে

Sep 26, 2025 | 11:14 PM

অভিনেত্ৰী ঐশ্বৰ্য ৰায় আৰু কেটৰিনা কাঈফৰ সৈতে ছলমানৰ প্ৰেমৰ সম্পৰ্কই বাৰুকৈয়ে দৃষ্টি আকৰ্ষণ কৰিছিল। এনে চৰ্চাৰ পিছতো অৱশ্যে অভিনেতাগৰাকীয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। পিছে এইবাৰ অভিনেতাগৰাকীয়ে এনে চৰ্চাৰ ক্ষেত্ৰত কিছু বিশেষ মন্তব্য কৰা দেখা গৈছে।

বলীউডত সততে চৰ্চাত থাকে অভিনেতা ছলমান খান ভাইজান খ্যাত ছলমানক লৈ নানা গুজৱে সততে সংবাদ শিৰোনাম দখল কৰে বিশেষকৈ ছলমান খানৰ প্ৰেমৰ সম্পৰ্কৰ খবৰক লৈ যথেষ্ট চৰ্চা হোৱা দেখা যায় অভিনেত্ৰী ঐশ্বৰ্য ৰায় আৰু কেটৰিনা কাঈফৰ সৈতে ছলমানৰ প্ৰেমৰ সম্পৰ্কই বাৰুকৈয়ে দৃষ্টি আকৰ্ষণ কৰিছিল দখল কৰিছিল সংবাদ শিৰোনাম এনে চৰ্চাৰ পিছতো অৱশ্যে অভিনেতাগৰাকীয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল পিছে এইবাৰ অভিনেতাগৰাকীয়ে এনে চৰ্চাৰ ক্ষেত্ৰত কিছু বিশেষ মন্তব্য কৰা দেখা গৈছে

অভিনেত্ৰী টুইংকল খান্না আৰু কাজলৰ এক নতুন শ্ব’ ‘টু মাচ উইথ কাজল এণ্ড টুইংকল খান্না’ত শেহতীয়াকৈ উপস্থিত হৈছিল ছলমান খান লগত আছিল আন এগৰাকী ছুপাৰষ্টাৰ আমিৰ খান এই শ্বটোতে টুইংকল খান্না আৰু কাজলৰ প্ৰশ্নৰ উত্তৰত বলীউডৰ ভাইজান খ্যাত ছলমানে প্ৰেমৰ সম্পৰ্ক সন্দৰ্ভত বহু কথা উল্লেখ কৰে।