India Pakistan Tension: ধাৰাবাহিকভাৱে যুদ্ধ বিৰতি উলংঘা পাকিস্তানৰ ! কি ক’লে স্থানীয় লোকে ?
ৰাজৌৰি লগতে পঞ্চ চেক্টৰত ধাৰাবাহিকভাৱে গুলীচালনা কৰে পাকিস্তানৰ দিশৰ । পাকিস্তানৰ ফালৰ পৰা হোৱা গোলাবৰ্ষণত LoC সমীপৰ স্থানীয় লোকৰ সম্পত্তিও ধ্বংস হয় । তদুপৰি ধাৰাবাহিকভাৱে পাকিস্তানে যুদ্ধ বিৰতি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে । LoC সমীপৰ সাধাৰণ নাগৰিকে এই সন্দৰ্ভত কি ক'লে চাওক ।
যোৱা নিশা সীমান্তত পাকিস্তানৰ দিশৰ পৰা ধাৰাবাহিক গোলাবৰ্ষণ হয় । ৰাজৌৰি লগতে পঞ্চ চেক্টৰত ধাৰাবাহিকভাৱে গুলীচালনা কৰে পাকিস্তানৰ দিশৰ । পাকিস্তানৰ ফালৰ পৰা হোৱা গোলাবৰ্ষণত LoC সমীপৰ স্থানীয় লোকৰ সম্পত্তিও ধ্বংস হয় । তদুপৰি ধাৰাবাহিকভাৱে পাকিস্তানে যুদ্ধ বিৰতি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে । LoC সমীপৰ সাধাৰণ নাগৰিকে এই সন্দৰ্ভত কি ক’লে চাওক ।
উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা ড্ৰোন আৰু মিছাইলেৰে ভাৰতৰ কেইবাটাও স্থানক লক্ষ্য় কৰি আক্ৰমণ সংঘটিত কৰাৰ চেষ্টা কৰে পাকিস্তানে । পাকিস্তানৰ এই প্ৰচেষ্টা সম্পূৰ্ণ বিফল কৰে ভাৰতী সেনাই । ইফালে, সীমান্ত পাকিস্তানৰ দিশৰ পৰা ধাৰাষাৰ গোলাবৰ্ষণ হোৱাৰ খবৰ লাভ কৰা গৈছিল ।