খাদ্যৰসিকলৈ Swiggyৰ মন জুৰোৱা অফাৰ, মাত্ৰ ৯৯ টকাতে পাব অনন্য সোৱাদ

Jul 04, 2025 | 10:10 PM

মাত্ৰ ১০০ টকাতকৈও কম মূল্যত Swiggy- এ আপোনাৰ দুৱাৰমুখত পছন্দৰ খাদ্য ডেলিভাৰী কৰিব। এই অনলাইন ফুড ডেলিভাৰী এপটোৱে এক নতুন শাখা ঘোষণা কৰিছে।

অনলাইন ফুড ডেলিভাৰী এপ Swiggy- এ খাদ্যৰসিকসকললৈ আনিছে এক অনন্য অফাৰ Swiggy- ৰ এই অফাৰৰ জৰিয়তে কম খৰচতে এতিয়া খাদ্যৰসিকসকলে লাভ কৰিব নানা সুস্বাদু খাদ্যৰ সোৱাদসাধাৰণতে খাদ্যৰ অনলাইন অৰ্ডাৰ দিলে ৩০০-৪০০ টকা পৰ্যন্ত খৰচ পাৰে এতিয়া Swiggy- অধিক ধন খৰচৰ এই শংকা দূৰ কৰিছেমাত্ৰ ১০০ টকাতকৈও কম মূল্যত Swiggy- এ আপোনাৰ দুৱাৰমুখত পছন্দৰ খাদ্য ডেলিভাৰী কৰিব। এই অনলাইন ফুড ডেলিভাৰী এপটোৱে এক নতুন শাখা ঘোষণা কৰিছে

খাদ্যৰ এই নতুন শাখাটোৰ জৰিয়তে মাত্ৰ ৯৯ টকাত এজন ব্যক্তিয়ে নিজৰ পছন্দৰ সুস্বাদু খাদ্য লাভ কৰিবদাম কম লেও পিছে এই শাখাটোত খাদ্যৰ একাধিক বিকল্প থাকিব। ৰোল, বিৰিয়ানি, পিজ্জাৰ পৰা আৰম্ভ কৰি নুডলছ, মম, বাৰ্গাৰ, কেক, ডোছালৈকে সকলো খাদ্য উপলব্ধ এই শাখাটোত