কি আছে নতুন আয়কৰ বিধেয়কত ? কেনেদৰে উপকৃত হ’ব কৰদাতাসকল ?
অহা সপ্তাহত সংসদত কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিব পাৰে আয়কৰ বিধেয়ক । ইতিমধ্যে কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন লাভ কৰিছে এই বিধেয়কে ।
অহা সপ্তাহত সংসদত কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিব পাৰে আয়কৰ বিধেয়ক । ইতিমধ্যে কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন লাভ কৰিছে এই বিধেয়কে । সূত্ৰৰ খবৰ অনুসৰি, এই বিধেয়কখনত আইনত পৰিণত হ’লে আয়কৰ আইনৰ বিধান প্ৰায় এক তৃতীয়াংশ হ্ৰাস পাব পাৰে। জানিব পৰা মতে, কমেও ২৫-৩০ শতাংশ আয়কৰ বিধান হ্ৰাস কৰা হৈছে বিধেয়কখনত । এই বিধেয়কৰ জৰিয়তে কৰ আইনখন আৰু অধিক সৰল আৰু একত্ৰিত কৰা হৈছে। বহু বিধান বাদ দিয়া হৈছে।