নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু হৰিমন্দিৰৰ সহযোগত আয়োজন সামূহিক বিবাহ
বিয়া গীতেৰে মুখৰিত হৈছে নলবাৰীৰ হৰিমন্দিৰ প্ৰাংগণ। নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু হৰিমন্দিৰৰ সহযোগত মঙলবাৰে আয়োজন কৰা হয় সামূহিক বিবাহ অনুষ্ঠানৰ। নলবাৰী জিলাৰ ৯ যোৰা দৰা কইনাৰ একেলগে সম্পন্ন হ’য় বিবাহ কাৰ্য্।
বিয়া গীতেৰে মুখৰিত হৈছে নলবাৰীৰ হৰিমন্দিৰ প্ৰাংগণ। নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু হৰিমন্দিৰৰ সহযোগত মঙলবাৰে আয়োজন কৰা হয় সামূহিক বিবাহ অনুষ্ঠানৰ। নলবাৰী জিলাৰ ৯ যোৰা দৰা কইনাৰ একেলগে সম্পন্ন হ’য় বিবাহ কাৰ্য।
