Munna Prasad Gupta: জুবিনৰ মৃত্য়ুৰ তদন্তৰ প্ৰতিবেদন শীঘ্ৰেই দাখিল কৰাৰ অশ্বাস মুন্না প্ৰসাদ গুপ্তাৰ
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সকলো তথ্য ফাদিল কৰিবলৈ দিনে-নিশাই কষ্ট কৰিছে SIT এ। আজি জুবিনৰ মৃত্য়ুৰ তদন্তৰ প্ৰতিবেদন শীঘ্ৰেই দাখিল কৰাৰ অশ্বাস প্ৰদান কৰে SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই।
১ মাহ সম্পূৰ্ণ হৈ গৈছে জুবিন গাৰ্গৰ মৃত্যু হোৱা। কিন্তু আজি পৰ্যন্ত পোহৰলৈ অহা নাই জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য। ইতিমধ্য আৰক্ষীয়ে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক জে’ললৈ প্ৰেৰণ কৰিছে। এই ৰহস্য ফাদিলৰ বাবে দিনে নিশাই কষ্ট কৰি গৈছে SIT এ।
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সকলো তথ্য ফাদিল কৰিবলৈ দিনে-নিশাই কষ্ট কৰিছে SIT এ। আজি জুবিনৰ মৃত্য়ুৰ তদন্তৰ প্ৰতিবেদন শীঘ্ৰেই দাখিল কৰাৰ অশ্বাস প্ৰদান কৰে SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই।
