নাই প্ৰতিৰক্ষাক লৈ চিন্তা! সেনা অবিহনেই চলিছে এই ৫খন দেশ

Oct 21, 2025 | 11:10 PM

পিছে সকলো দেশেই প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে মনোনিৱেশ কৰাৰ সময়ত এই দেশকেইখন সেনা বাহিনী অবিহনেই পৰিচালিত হৈ থকাৰ আঁৰৰ কাৰণ কি? প্ৰতিৰক্ষাৰ ক্ষেত্ৰত পুঁজি খৰচ নকৰাকৈ তথা সেনা বাহিনী অবিহনেই পৰিচালিত হৈ থকা দেশকেইখন কি কি জানেনে?

বৰ্তমান সময়ত বিশ্বৰ সকলো দেশেই সময়ৰ লগে লগে নিজৰ প্ৰতিৰক্ষা বাজেট বৃদ্ধি কৰিছে সম্ভাৱ্য যিকোনো পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় প্ৰতিখন দেশেই এতিয়া প্ৰতিৰক্ষাৰ বাবে সামৰিক প্ৰযুক্তিৰ উৎপাদন তথা ক্ৰয়ৰ ক্ষেত্ৰত বৃহৎ পুঁজি বিনিয়োগ কৰা পৰিলক্ষিত হৈছে পিছে বিশ্বৰ প্ৰায় সকলো দেশেই প্ৰতিৰক্ষাত বৃহৎ পুঁজি খৰচ কৰাৰ বিপৰীতে কিন্তু কেইখনমান দেশে প্ৰতিৰক্ষাৰ বাবে কোনো ধনেই খৰচ নকৰে দেশকেইখনৰ নিৰাপত্তাৰ বাবে আনকি সেনা বাহিনীৰো প্ৰয়োজনীয়তা অনুভৱ কৰা নাই!