ভাৰতত এখনো ফুটবল মেচ নেখেলিলে মেছিয়ে, আঁৰত ৮১০০ কোটিৰ বীমা!

Dec 16, 2025 | 10:31 PM

তিনিদিনীয়া ভাৰত ভ্ৰমণসূচীৰ সময়ত এখনো মেচত অংশ লোৱা নাছিল মেছিয়ে। ইয়াকে লৈ দেখা গৈছিল যথেষ্ট চৰ্চা। শেহতীয়াকৈ এই সন্দৰ্ভত প্ৰকাশ পাইছে এক প্ৰতিবেদন। এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে মেছিৰ এক বিশেষ বীমাৰ কথা।

বিশ্বৰ ফুটবল ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ তাৰকা হিচাপে খ্যাতি লাভ কৰিছে আৰ্জেণ্টিনাৰ কিংবদন্তি লিঅ’নেল মেছিয়ে। এই খ্যাতি পিছে সহজে লাভ কৰা নাই মেছিয়ে। অসাধ্য সাধন কৰি আজিৰ এই স্থানত উপনীত হৈছে তাৰকা খেলুৱৈগৰাকী। ফুটবল খেলপথাৰত মেছিৰ ভৰিত বল মানেই এক যাদুকৰী শিল্প। এই শিল্পত মোহিত হয় সমগ্ৰ বিশ্ব। এই অণন্য যাদুকৰী গুণৰ অধিকাৰী মহাতাৰকা মেছি আহিছিল ভাৰতলৈ। তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছিল লিঅ’নেল মেছি।

পিছে এই তিনিদিনীয়া ভ্ৰমণসূচীৰ সময়ত এখনো মেচত অংশ লোৱা নাছিল মেছিয়ে। ইয়াকে লৈ দেখা গৈছিল যথেষ্ট চৰ্চা। শেহতীয়াকৈ এই সন্দৰ্ভত প্ৰকাশ পাইছে এক প্ৰতিবেদন। এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে মেছিৰ এক বিশেষ বীমাৰ কথা। প্ৰখ্যাত তাৰকাগৰাকীৰ এই বীমাৰ পৰিমাণ আৰু ইয়াৰ প্ৰিমিয়ামৰ পৰিমাণে আচৰিত কৰিব আপোনাক। এই সন্দৰ্ভত সবিশেষ তথ্যৰ বাবে চাওক ভিডিঅ’…