কোকৰাঝাৰৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ
কোকৰাঝাৰৰ অনাকাংক্ষিত ঘটনাক লৈ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে৷ তেওঁ কয় যে, "কোকৰাঝাৰৰ ঘটনা আমাৰ বাবে অতি দুৰ্ভাগ্যজনক৷ ইয়াত ভুল বুজাবুজিৰ সৃষ্টি হৈছে৷"
কোকৰাঝাৰৰ ঘটনাক লৈ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰতিক্ৰিয়া। কোকৰাঝাৰৰ অনাকাংক্ষিত ঘটনাক লৈ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে৷ তেওঁ কয় যে, “কোকৰাঝাৰৰ ঘটনা আমাৰ বাবে অতি দুৰ্ভাগ্যজনক৷ ইয়াত ভুল বুজাবুজিৰ সৃষ্টি হৈছে৷ ইয়াত তৃতীয় শক্তি জড়িত আছে৷ কোনো তৃতীয় শক্তি ইয়াত সোমাই ৰাজনৈতিকভাৱে অশান্তি সৃষ্টি কৰিব বিচাৰিছে ৷ এইটো আমি হ’বলৈ নিদিও ৷” সকলোকে শান্তি বজাই ৰখাৰ আহ্বান হাগ্ৰামা মহিলাৰীৰ৷
