দৃশ্যগ্ৰহণৰ মাজতে অভিনেত্ৰীৰ ৰক্তক্ষৰণ, জন আব্ৰাহামে বিচাৰিলে ক্ষমা…

Oct 30, 2025 | 8:48 PM

টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি সেই দৃশ্যৰ শ্বুটিংৰ সময়ত নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল  প্ৰতিভাৱান অভিনেতাজনে । যাৰ বাবে কংগনাৰ শৰীৰৰ পৰা ৰক্তক্ষৰণ হ’বলৈ ধৰিছিল।

বিগত কেইবছৰমানৰ পৰা নিজকে একশ্যন হিৰো হিচাপে প্ৰতিষ্ঠা কৰি আহিছে অভিনেতা জন আব্ৰাহামে । জন এতিয়া ছবিত যুঁজৰ দৃশ্যৰ বাবে যথেষ্ট জনপ্ৰিয়। কিন্তু এটা সময়ত তেওঁ নিজকে এজন ‘হট’ অভিনেতা হিচাপে প্ৰতিষ্ঠা কৰিছিল। তাৰ উদাহৰণ ‘জিছ্ম’ (Jism) ছবিখন। ইফালে কংগনা! তেওঁৰ কথা ক’বলৈ বিশেষ একো নাই। তেওঁ নিজকে বলীউডৰ ‘ৰাণী’ বুলি কয়।