নতুন বছৰত নতুন নিয়ম!‌ ৰে’লৰ টিকট বুকিং সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত

| Dec 20, 2025 | 10:23 PM

ৰে’লৱেৰ পূৰ্বৰ নিয়ম মতে আধাৰ ভেৰিফাইড IRCTC একাউণ্টৰ পৰা টিকট বুকিঙৰ সময় পুৱা ৮ বজাৰ পৰা ১০ বজালৈ নিৰ্ধাৰণ কৰা হৈছিল। এতিয়া এই সময়সীমা বৃদ্ধিৰ সিদ্ধান্ত লৈছে ভাৰতীয় ৰে’লৱেই। এই নতুন নিয়ম কেতিয়াৰ পৰা প্ৰৱৰ্তিত হ’ব আৰু নতুন নিয়ম অনুসৰি টিকট বুকিঙৰ সময়সীমা কি হ’ব, এই বিষয়ে জানিবলৈ চাওক ভিডিঅ’।

দেশৰ পৰিবহণ ব্যৱস্থাৰ আটাইতকৈ ব্যৱহৃত মাধ্যম ৰে’লসেৱা। ভাৰতীয় ৰে’লৱেই যাত্ৰীসকলৰ সুবিধাৰ্থে ভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। ৰে’লৰ জৰিয়তে যাত্ৰাৰ ক্ষেত্ৰত টিকট বাধ্যতামূলক। ৰে’লৰ টিকট বুকিঙৰ ক্ষেত্ৰত কিছুমান নিৰ্ধাৰিত নিয়ম আছে। এই নিয়ম পালন কৰি যাত্ৰীসকলে ভ্ৰমণৰ পূৰ্বে টিকট বুকিং কৰিব লাগে। এতিয়া ৰে’লৱেৰ টিকট বুকিঙৰ ক্ষেত্ৰত ভাৰতীয় ৰে’লৱেই এক বৃহৎ পৰিৱৰ্তন ঘটাবলৈ সাজু হৈছে। এই নতুন নিয়ম অনুসৰি এতিয়া ৰে’লৱেৰ টিকট বুকিঙৰ ক্ষেত্ৰত নিৰ্ধাৰিত সময়সীমা সলনি হ’ব।

ৰে’লৱেৰ পূৰ্বৰ নিয়ম মতে আধাৰ ভেৰিফাইড IRCTC একাউণ্টৰ পৰা টিকট বুকিঙৰ সময় পুৱা ৮ বজাৰ পৰা ১০ বজালৈ নিৰ্ধাৰণ কৰা হৈছিল। এতিয়া এই সময়সীমা বৃদ্ধিৰ সিদ্ধান্ত লৈছে ভাৰতীয় ৰে’লৱেই। এই নতুন নিয়ম কেতিয়াৰ পৰা প্ৰৱৰ্তিত হ’ব আৰু নতুন নিয়ম অনুসৰি টিকট বুকিঙৰ সময়সীমা কি হ’ব, এই বিষয়ে জানিবলৈ চাওক ভিডিঅ’…