INDIAN ARMY News: মহাভাৰতৰ কৰ্ণৰ বাণ এতিয়া ভাৰতীয় সেনাৰ হাতত !
অংগৰাজ কৰ্ণৰ সেই বিশেষ বাণ এতিয়া ভাৰতৰ হাতত। বাণ নহয়, গোলাৰ ৰূপত। এটা ফাইভ ফাইভ এম এম হাউইটজাৰ কামান। ভাৰতীয় সেনাৰ দীৰ্ঘ দূৰত্বৰ কামান।
মহাভাৰতৰ ইন্দ্ৰিষ বাণৰ কথা মনত আছেনে? কৰ্ণৰ তপস্যাত সন্তুষ্ট হৈ অগ্নিদেৱে তেওঁক ইন্দ্ৰিষ বাণ দিছিল। এটা সময়ত ইন্দ্ৰিষ পৃথিৱীৰ সকলো বাণতকৈ বহু আগবাঢ়ি আছিল। অংগৰাজ কৰ্ণৰ সেই বিশেষ বাণ এতিয়া ভাৰতৰ হাতত। বাণ নহয়, গোলাৰ ৰূপত। এটা ফাইভ ফাইভ এম এম হাউইটজাৰ কামান। ভাৰতীয় সেনাৰ দীৰ্ঘ দূৰত্বৰ কামান।
এই কামানৰ পৰা RAMJET গোলা নিক্ষেপ কৰা হ’ব। গতি, দূৰত্ব আৰু ধ্বংসাত্মক শক্তিৰ ক্ষেত্ৰত ই সাধাৰণ গোলাতকৈ ৫৫ শতাংশ অধিক শক্তিশালী। অৰ্থাৎ ভাৰতীয় সেনাৰ কামানৰ শক্তি এটা গোলাতে বহু পৰিমাণে বৃদ্ধি পাব বুলি আশা কৰা হৈছে। শত্ৰুৰ ওপৰত হেঁচা বাঢ়িব
