Ind-Pak News: ৰাজৌৰি আৰু পুঞ্চ ছেক্টৰত সাধাৰণ নাগৰিকক লক্ষ্য কৰি গুলীবৰ্ষণ পাকিস্তানৰ, কি পৰিস্থিতি?
ৰাজৌৰি, পুঞ্চ, উৰীকে ধৰি LoC ৰ সমীপত পাকিস্তানৰ দিশৰ পৰা ধাৰাবাহিকভাৱে গোলাবৰ্ষণ কৰি যুদ্ধ বিৰতি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে । একে সময়তে ভাৰতীয় সেনাইও পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিয়ে । চাওক LoC ৰ সমীপত কি পৰিস্থিতি ?
বৃহস্পতিবাৰে নিশা পাকিস্তানে ভাৰতৰ কেইবাটাও স্থানক লক্ষ্য কৰি মিছাইল আৰু ড্ৰোনেৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল । কিন্তু ভাৰতৰ এয়াৰ ডিফেন্স চিষ্টেমে পাকিস্তানৰ সকলো প্ৰচেষ্টা বিফল কৰে । ইফালে, ৰাজৌৰি, পুঞ্চ, উৰীকে ধৰি LoC ৰ সমীপত পাকিস্তানৰ দিশৰ পৰা ধাৰাবাহিকভাৱে গোলাবৰ্ষণ কৰি যুদ্ধ বিৰতি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে । একে সময়তে ভাৰতীয় সেনাইও পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিয়ে । চাওক LoC ৰ সমীপত কি পৰিস্থিতি ?