শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
অৱসৰৰ পিছত আৰামদায়ক জীৱন-যাপন কৰিবলৈ কিমান টকা সঞ্চয় কৰিব লাগে?

অৱসৰৰ পিছত আৰামদায়ক জীৱন-যাপন কৰিবলৈ কিমান টকা সঞ্চয় কৰিব লাগে?

barasha-misra
Barasha Misra | Published: 22 Aug 2025 23:11 PM

কিন্তু তাৰ তুলনাত যদি কম বয়সৰ পৰা অলপ অলপকৈ সঞ্চয় কৰে, তেন্তে অৱসৰৰ বাবে প্ৰয়োজনীয় ধন সহজে সঞ্চয় কৰিব পাৰিব।

বহুতে চাকৰি পোৱাৰ লগে লগে অৱসৰৰ পিছৰ জীনৰ বাবে পৰিকল্পনা আৰম্ভ কৰে। এইটো আচলতে বুদ্ধিমানৰ কাম। কাৰণ কোনোবাই যদি ৪০ বছৰ বয়সৰ পিছত অৱসৰৰ কথা চিন্তা কৰে, তেন্তে তেওঁ বহুত টকা সঞ্চয় কৰিব লাগিব। কিন্তু তাৰ তুলনাত যদি কম বয়সৰ পৰা অলপ অলপকৈ সঞ্চয় কৰে, তেন্তে অৱসৰৰ বাবে প্ৰয়োজনীয় ধন সহজে সঞ্চয় কৰিব পাৰিব।

ভাৰতৰ দৰে দেশত মুদ্ৰাস্ফীতিৰ হাৰ ৬ৰ পৰা ৭ শতাংশ। এনে এখন দেশত যদি কোনোবাই ২২ৰ পৰা ২৭ বছৰ বয়সৰ ভিতৰৰ চাকৰি এটা পাই মাহে ২০,০০০ৰ পৰা ২৫,০০০ টকা উপাৰ্জন কৰে, তেন্তে ভৱিষ্যতেও তেওঁৰ আয় বছৰেকত ১০ শতাংশৰ হাৰত বৃদ্ধি পাই থাকিব বুলি ধৰি ল’ব পাৰি। এই ক্ষেত্ৰত সেই ব্যক্তিজনে বিনিয়োগ কৰিবলৈ বহু সময় পায়।

সবিশেষৰ বাবে চাওক এই ভিডিঅ…