ছাত্ৰৰ দলে বিটিচিৰ সচিবালয়ত আক্ৰমণ কৰা সন্দৰ্ভত হাগ্ৰামা মহিলাৰীৰ সংবাদমেল…
জনজাতিকৰণ সন্দৰ্ভত অসম বিধানসভাত মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল হোৱাৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হয়। ইয়াৰ মাজতে একাংশ প্ৰতিবাদকাৰীয়ে বিটিচি সচিবালয়ত প্ৰৱেশ কৰি সকলো লণ্ড ভণ্ড কৰে।
বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ সংবাদমে। দেওবাৰে সংবাদমেল সম্বোধন কৰি হাগ্ৰামা মহিলাৰীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মত প্ৰকাশ কৰে। বিটিচি সচিবালয়ত আক্ৰমণ কৰা সন্দৰ্ভত মন্তব্য প্ৰদান কৰে মহিলাৰীয়ে। তেওঁ এই সন্দৰ্ভত ABSU আৰু UPPL ৰ ওপৰত অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে, ABSU আৰু UPPL নেতৃত্বত চলিছিল সকলো।
লগতে কয় যে, মন্ত্ৰী গোটৰ প্ৰতিবেদনত কোনো জনজাতিকৰণ কৰাৰ সম্পূৰ্ণ হোৱা নাই। আমি বিচাৰিছো জনজাতিৰ কোনো ক্ষতি নোহোৱাকৈ ছয় জনগোষ্ঠীক জনজাতিকৰণ দিব লাগে। ABSU আৰু UPPL ই নাটক আৰম্ভ কৰিছে। দিছপুৰত আলোচনা কৰে এটা আৰু নাটক কৰে এটা।
সবিশেষৰ বাবে চাওক ভিডিঅ’…
