বিদেশৰ ভূমিৰ পৰা ভাৰতৰ বিৰুদ্ধে এনে অপপ্ৰচাৰ চলালে ইউনুছে

| Sep 27, 2025 | 10:31 PM

মহম্মদ ইউনুছে এতিয়া ভাৰতৰ সৈতে বাংলাদেশৰ সম্পৰ্কৰ বিষয়ে স্পষ্টকৈ স্বীকাৰ কৰিছে। পিছে ইয়াতে ক্ষান্ত হোৱা নাই ইউনুছ। বিদেশৰ মাটিত থিয় হৈ ইউনুছে এইবাৰ ভাৰতৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে।

তীব্ৰ ছাত্ৰ আন্দোলৰ ফলশ্ৰুতিত বাংলাদেশত পতন হৈছিল শ্বেখ হাছিনাৰ চৰকাৰ ইয়াৰ পিছৰে পৰা মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰে বাংলাদেশত শাসন চলাইছে অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ কাৰ্যকালত ভাৰতৰ সৈতে বাংলাদেশৰ সম্পৰ্কৰ দ্ৰুত অৱনতি ঘটিছে ইউনুছেও এতিয়া ভাৰতৰ সৈতে সম্পৰ্কৰ বিষয়ে স্পষ্টকৈ স্বীকাৰ কৰিছে। পিছে ইয়াতে ক্ষান্ত হোৱা নাই ইউনুছ বিদেশৰ মাটিত থিয় হৈ ইউনুছে এইবাৰ ভাৰতৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে

কি কৈছে ইউনুছে? মহম্মদ ইউনুছে নিউয়ৰ্কত এছিয়া ছ’চাইটি আৰু এছিয়া ছ’চাইটি পলিচি ইনষ্টিটিউটৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি বহু বিতৰ্কিত মন্তব্য কৰিছে ভাৰতে বাংলাদেশক লৈ ভুৱা বাতৰি চলোৱাৰ অভিযোগ তুলিছে মহম্মদ ইউনুছে।