ৰাজ্য প্ৰশাসনৰ সাল-সলনিৰ পৰা অনুপ্ৰৱেশকাৰী বিতাৰণলৈ, দিনটোৰ শীৰ্ষ খবৰ

Dec 25, 2025 | 11:30 PM

ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাত আজি ঘটিছে ব্যাপক ৰদ-বদল কৰা পৰিলক্ষিত হৈছে। অসম চৰকাৰে এক জাননী যোগে এই বিষয় আনুষ্ঠানিক ঘোষণা কৰে। এই জাননী অনুসৰি ৰজ্যৰ কেইবাখনো জিলাৰ আয়ুক্তক আজি সাল-সলনি কৰা হৈছে। জাননী অনুসৰি কামৰূপ(ম)ৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে স্বপনীল পলক।

ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাত আজি ঘটিছে ব্যাপক ৰদ-বদল কৰা পৰিলক্ষিত হৈছে। অসম চৰকাৰে এক জাননী যোগে এই বিষয় আনুষ্ঠানিক ঘোষণা কৰে। এই জাননী অনুসৰি ৰজ্যৰ কেইবাখনো জিলাৰ আয়ুক্তক আজি সাল-সলনি কৰা হৈছে। জাননী অনুসৰি কামৰূপ(ম)ৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে স্বপনীল পলক। কামৰূপ(ম)ৰ লগতে ৰাজ্যৰ আন ১৩খন জিলাৰ আয়ুক্তও সলনি কৰা হৈছে।

অনুপ্ৰৱেশকাৰী সমস্যাৰ বিৰুদ্ধে ৰাজ্যত অভিযান অব্যাহত ৰাখিছে আৰক্ষী প্ৰশাসনে। শেহতীয়া সময়ছোৱাত সীমান্তৰে ৰাজ্যত প্ৰৱেশ কৰা বা প্ৰৱেশৰ চেষ্টা চলোৱা এনে বহু অনুপ্ৰৱেশকাৰীক বিতাৰণ কৰা হৈছে। অসম আৰক্ষীয়ে পুনৰ অসমৰ ভূমিত প্ৰৱেশ কৰা এনে ১৮ অনুপ্রৱেশকাৰীক উভতাই পঠাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ফেচবুক পোষ্টযোগে এই বিষয়ে সদৰী কৰি অসম আৰক্ষীক প্ৰশংসা কৰে। দিনটোৰ আন খবৰৰ বাবে চাওক ভিডিঅ’…