বেংকত ধন জমা ৰখাৰ কথা ভাবিছে নেকি?ক’ত পাব বেছি লাভ,জানক
Fixed Deposit: প্ৰায় সকলো মানুহে ভৱিষ্যতৰ বাবে ধন জমা ৰাখে। ভাল ভৱিষ্যতৰ বাবে ধন জমা ৰখা আৱশ্যক। ইয়াৰ বাবে বহুতে বেংকৰ সহায় লয়। পিছে প্ৰশ্ন হয়, কোনটো বেংকত ধন জমা থ'লে বেছি লাভ পায়?
প্ৰায় সকলো মানুহে ভাল ভৱিষ্যতৰ বাবে ধন জমা ৰাখিব বিচাৰে। ইয়াৰ বাবে মানুহে বেংকৰ সহায় লয়। বহুতে পইচা কেইবাবছৰৰ বাবে ফিক্স কৰি থয়। পিছে প্ৰশ্ন হয় কোনটো বেংকে বেছি লাভ দিয়ে? উল্লেখ কৰা প্ৰয়োজন যে, প্ৰতিটো বেংকৰ সুতৰ হাৰ বেলেগ বেলেগ। যিহেতু কষ্টৰে উপাৰ্জন কৰা টকা জমা ৰাখিব তাৰ বাবে সকলো ভালকৈ চালি জাৰি চোৱা প্ৰয়োজন। কোনটো বেংকে কিমান লাভ দিয়ে সেয়া জনা দৰকাৰ।
বৰ্তমান এইচ ডি এফ চি বেংক (HDFC) আৰু আই চি আই চি আই (ICICI) বেংকে বৰ্তমান সাধাৰণ গ্ৰাহকক ৬.৪৫ শতাংশ। ইয়াৰ বিপৰীতে চৰকাৰী বেংকত নিৰাপত্তা আছে যদিও বৰ্তমান সুত কম দি আছে।
সবিশেষ জনাৰ বাবে চাওক ভিডিঅ’…
