Debabrata Saikia: জুবিন গাৰ্গৰ ন্যায়ৰ দাবী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্যক সমালোচনা দেৱব্ৰত শইকীয়াৰ

Oct 04, 2025 | 4:29 PM

২০২৬ চনত চৰকাৰ সলনি হ'ব, সেই কথা এতিয়া গম পাইছে মুখ্যমন্ত্ৰীয়ে। জুবিন গাৰ্গৰ ন্যায়ৰ দাবী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্যক সমালোচনা দেৱব্ৰত শইকীয়াৰ।

জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে খবৰটো অসমৰ ৰাইজে পোৱা নাছিল। জুবিনক পানী আৰু জুইৰ ওচৰত যাব দিয়া মানা কৰিছুল কিন্তু তদন্তৰ পিছত নতুন নতুন তথ্য আহি আছে। ২০২৬ চনত চৰকাৰ সলনি হ’ব, সেই কথা এতিয়া গম পাইছে মুখ্যমন্ত্ৰীয়ে। জুবিন গাৰ্গৰ ন্যায়ৰ দাবী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্যক সমালোচনা দেৱব্ৰত শইকীয়াৰ।