অনৈতিক কাৰ্যত লিপ্ত থকা পত্নী ভৰণ-পোষণৰ যোগ্য নহয়, আদালতৰ নিৰ্দেশ

Sep 07, 2025 | 8:28 PM

প্ৰথমে স্বামীৰ পৰা বিবাহ বিচ্ছেদ হয় এগৰাকী মহিলাৰ। বিচ্ছেদৰ পিছত আৰ্থিক সহায়ৰ আৱেদন লৈ আদালতৰ কাষ চাপিল মহিলাগৰাকী । ইফালে মহিলাগৰাকীৰ বিৰুদ্ধে আছে এক গুৰুতৰ অভিযোগ। অভিযোগ অনুসৰি বিবাহৰ পিছত আন পুৰুষৰ সৈতে আছিল মহিলাগৰাকীৰ প্ৰেমৰ সম্পৰ্ক। প্ৰকৃততে মহিলাগৰাকীৰ সন্তানৰ পিতৃ তেওঁৰ স্বামী নহয়।

স্বামীৰ পৰা বিবাহ বিচ্ছেদ হোৱাৰ পিছত প্ৰত্যেকগৰাকী মহিলাই ভৰণ-পোষণৰ অধিকাৰ লাভ কৰে। য’ত সন্তানৰ লগতে প্ৰাক্তন পত্নীৰ খৰচ বহন কৰিব লাগে স্বামীয়ে। কিন্তু সকলো ক্ষেত্ৰতে পত্নীয়ে এই পাইনে? এই সন্দৰ্ভত আদালতৰ এটা ৰায়দানে চৰ্চা লাভ কৰিছে।  প্ৰথমে স্বামীৰ পৰা বিবাহ বিচ্ছেদ হয় এগৰাকী মহিলাৰ। বিচ্ছেদৰ পিছত আৰ্থিক সহায়ৰ আৱেদন লৈ আদালতৰ কাষ চাপিল মহিলাগৰাকী । ইফালে মহিলাগৰাকীৰ বিৰুদ্ধে আছে এক গুৰুতৰ অভিযোগ। অভিযোগ অনুসৰি বিবাহৰ পিছত আন পুৰুষৰ সৈতে আছিল মহিলাগৰাকীৰ প্ৰেমৰ সম্পৰ্ক। প্ৰকৃততে মহিলাগৰাকীৰ সন্তানৰ পিতৃ তেওঁৰ স্বামী নহয়।