উমৰাংছু হ্ৰদৰ পৰা মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভ

Dec 05, 2025 | 9:34 PM

উমৰাংছু হ্ৰদৰ পাৰত ৰৈ হ্ৰদটোৰ সৌন্দৰ্য উপভোগ কৰে মুখ্যমন্ত্ৰীয়ে। লগতে সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ অনুভৱ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

আজি ডিমা হাছাও জিলাৰ উমৰাংছুত এখন নৱ নিৰ্মিত ক্ৰিকেট ষ্টেডিয়াম উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু বিচিচিআইৰ সচিব দেৱজিত শইকীয়াৰ লগতে দেৱলাল গাৰ্লোচা আৰু তুলিৰাম ৰংহাং। ইফালে উমৰাংছু হ্ৰদৰ পাৰত ৰৈ হ্ৰদটোৰ সৌন্দৰ্য উপভোগ কৰে মুখ্যমন্ত্ৰীয়ে। লগতে সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ অনুভৱ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।