Chanakya Niti: জীৱনত সন্মান আৰু সফলতা লাভ কৰিবলৈ এই ঠাইত কেতিয়াও ভৰি নিদিব !
এই সিদ্ধান্ত অতি সাৱধানে লোৱা উচিত। নতুন ঠাইত বাস কৰিবলৈ লোৱা আগতে সেই ঠাই বিষয়ে আপুনি বিশদভাৱে জানি ল’ব লাগে। চাণক্যই তেওঁৰ নীতি শাস্ত্ৰত এই বিষয়ত কিছু কথা উল্লেখ কৰিছে।
কোনো নতুন ঠাইলৈ যোৱাৰ আগতে বা কোনো নতুন ঠাইত বাস কৰিবলৈ লোৱাৰ আগতে সাৱধান হোৱাটো অতি প্ৰয়োজন। এই সিদ্ধান্ত অতি সাৱধানে লোৱা উচিত। নতুন ঠাইত বাস কৰিবলৈ লোৱা আগতে সেই ঠাই বিষয়ে আপুনি বিশদভাৱে জানি ল’ব লাগে। চাণক্যই তেওঁৰ নীতি শাস্ত্ৰত এই বিষয়ত কিছু কথা উল্লেখ কৰিছে।
এজন ব্যক্তিয়ে কেনেকৈ সঠিক পথ অনুসৰণ কৰি সফল জীৱন যাপন কৰিব পাৰে সেই সম্পৰ্কে তেওঁ বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াইছে। একেদৰে তেওঁ কৈছে যে, যিসকলে সন্মানজনক আৰু সফল জীৱন যাপন কৰিব বিচাৰে তেওঁলোকে কেতিয়াও কিছুমান বিশেষ ঠাইত ভৰি দিব নালাগে। চাণক্যৰ মতে, কেনে ধৰণৰ ঠাইত মানুহে বাস কৰিব নালাগে?