BTC: বিটিচি নিৰ্বাচন সন্দৰ্ভত বিজেপি প্ৰাৰ্থী জৌচৰাং বড়োৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ
বিটিচি নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। এইবাৰ নিৰ্বাচনত বিজেপি, ইউ পি পি এল, বি পি এফৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা যাব বুলি আশা কৰা হৈছে।
বিটিচি নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ইতিমধ্যে এই নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰতিটো দল-সংগঠন। এইবাৰ নিৰ্বাচনত বিজেপি, ইউ পি পি এল আৰু বি পি এফৰ প্ৰাৰ্থীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখিবলৈ পোৱা যায়। ওদালগুৰিৰ ভেৰগাঁওত আকৰ্ষণীয় যুঁজ দেখাৰ সম্ভাৱনা আছে।
এই সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী জৌচৰাং বড়ো। চাহ খেতিয়ক জৌচৰাং বড়ো এগৰাকী সমাজকৰ্মী। আশা কৰা হৈছে ইউ পি পি এলৰ প্ৰাৰ্থী দাওবইছা বড়োৰ সৈতে জৌচৰাং বড়োৰ প্ৰতিদ্বন্দ্বিতা দেখা যাব। কিয়নো ৰাইজে যথেষ্ঠ সমৰ্থন কৰিছে জৌচৰাং বড়োক।
আগন্তুক নিৰ্বাচন কাৰ পক্ষলৈ যাব পাৰে, বিজেপি কিমান আগুৱাই আছে, এই সকলো দিশ সামৰি প্ৰাৰ্থী জৌচৰাং বড়োৰ সৈতে দ্বিগজ্যোতি লহকৰৰ বিশেষ সাক্ষাৎকাৰ…