ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনাপূৰ্ণ পৰিস্থিতি, প্ৰাণ হেৰুৱালে এজনে

Jul 13, 2025 | 11:26 PM

পাকিস্তানৰ সৈতে সংঘাতৰ পিছৰে পৰা সীমান্তত অত্যন্ত সজাগ হৈ আছে ভাৰতীয় নিৰাপত্তা বাহিনী। তাৰ মাজতে পোহৰলৈ আহিছে সীমান্তত এক উত্তেজনাময় পৰিস্থিতিৰ খবৰ। এই উত্তেজনা অৱশ্যে ভাৰত আৰু পাকিস্তানৰ সীমান্তত নহয়, ভাৰত-বাংলাদেশ সীমান্ততহে উদ্ভৱ হৈছে।

পাকিস্তানৰ সৈতে সংঘাতৰ পিছৰে পৰা সীমান্তত অত্যন্ত সজাগ হৈ আছে ভাৰতীয় নিৰাপত্তা বাহিনী তাৰ মাজতে পোহৰলৈ আহিছে সীমান্তত এক উত্তেজনাময় পৰিস্থিতিৰ খবৰ। এই উত্তেজনা অৱশ্যে ভাৰত আৰু পাকিস্তানৰ সীমান্তত নহয়, ভাৰত-বাংলাদেশ সীমান্ততহে উদ্ভৱ হৈছে। এই খবৰ অনুসৰি ভাৰতবাংলাদেশ সীমান্তত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে গুলীচালনাত আনকি এজনৰ মৃত্যুৰ তথ্যও পোহৰলৈ আহিছে

পিছে ভাৰতবাংলাদেশ সেনাৰ মাজত হোৱা নাই এই গুলীবৰ্ষণ বাংলাদেশী অনুপ্ৰৱেশকাৰী আৰু সৰবৰাহকাৰীৰ আক্ৰমণৰ চেষ্টা প্ৰতিহত কৰিবলৈ বি এছ এফৰ সেনাই চলালে গুলী এই গুলীচালনাত এগৰাকী বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ মৃত্যু হয় ইফালে এই ঘটনাত এগৰাকী বি এছ এফৰ জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে। চাওঁ আহক বিশদ তথ্য।