Zubeen Garg: জুবিন গাৰ্গৰ গাত ঐশ্বৰিক গুণ দেখাৰ দাবী বাবা কালিদাসৰ

| Oct 04, 2025 | 6:19 PM

আজি জুবিনৰ বাসগৃহত বাবা কালিদাস উপস্থিত হয়। জুবিন গাৰ্গৰ গাত ঐশ্বৰিক গুণ দেখাৰ দাবী বাবা কালিদাসৰ। তেওঁ কয়, জুবিন গাৰ্গৰ আত্মা এটা পবিত্ৰ আত্মা। জুবিন এক ঐশ্বৰিক শক্তি ৷ আমি জুবিন গাৰ্গৰ মহান আত্মা বুজিব পৰা নাছিলোঁ।

চিৰ নিদ্ৰাত জুবিন গাৰ্গ! জুবিন বিহীন অসমখন কল্পনা কৰা বহুত কঠিন, এয়া প্ৰতিজন অনুৰাগীৰ মুখৰ কথা। জুবিনৰ মৃত্যু অসমৰ অভাৱনীয় ক্ষতি। জুবিনৰ অভাৱ যেন কোনো কালে পূৰণ নহ’ব।