সাৱধান! লোন লোৱাৰ সময়ত কৰা এনে ভুলে কাঢ়ি নিব জীৱনৰ শান্তি

Aug 31, 2025 | 11:09 PM

হোম লোন বা ব্যৱসায়িক লোনৰ দৰে প্ৰয়োজনীয় কাগজ-পত্ৰৰ হেঁচা কম হোৱা দেখা যায়। গতিকে ব্যক্তিগত ঋণ গ্ৰহণৰ ক্ষেত্ৰত বিশেষ চিন্তা কৰিবলগা নহয়। কিন্তু এই লোন বহুসময়ত লওঁতাৰ বাবে সংকটৰ কাৰণ হৈ পৰিব পাৰে। লোন লোৱাৰ সময়ত কৰা কিছুমান ভুলৰ বাবে এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগা হয়। সেয়ে লোন লোৱাৰ ক্ষেত্ৰত প্ৰতিজন লোকে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে।

কিছুমান বিশেষ প্ৰয়োজনীয়তাৰ বাবে সাম্প্ৰতিক সময়ত অধিকাংশ লোকেই ঋণৰ আশ্ৰয় লয়। চিবিল স্ক’ৰ অনুসাৰে বেংক তথা আন বিত্তীয় প্ৰতিষ্ঠানে গ্ৰাহকক লোন আগবঢ়ায়। তদুপৰি বৰ্তমান সময়ত কিছুমান মোবাইল এপৰ জৰিয়তেও লোন ল’ব পাৰি। ব্যক্তিগত ঋণৰ ক্ষেত্ৰত সাধাৰণতে নূন্যতম কিছুমান নথি-পত্ৰৰহে প্ৰয়োজনীয়তা হয়। এইক্ষেত্ৰত হোম লোন বা ব্যৱসায়িক লোনৰ দৰে প্ৰয়োজনীয় কাগজ-পত্ৰৰ হেঁচা কম হোৱা দেখা যায়। গতিকে ব্যক্তিগত ঋণ গ্ৰহণৰ ক্ষেত্ৰত বিশেষ চিন্তা কৰিবলগা নহয়।

কিন্তু এই লোন বহুসময়ত লওঁতাৰ বাবে সংকটৰ কাৰণ হৈ পৰিব পাৰে। লোন লোৱাৰ সময়ত কৰা কিছুমান ভুলৰ বাবে এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগা হয়। সেয়ে ভালদৰে বিচাৰ-বিবেচনা কৰিহে লোন গ্ৰহণৰ সিদ্ধান্ত ল’ব লাগে। অৰ্থাৎ লোন লোৱাৰ ক্ষেত্ৰত প্ৰতিজন লোকে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে।