ন্যায়াধীশ সৌমিত্ৰ শইকীয়া আয়োগত সাক্ষ্য দিবলৈ উপস্থিত অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা

Nov 10, 2025 | 11:14 PM

ন্যায়াধীশ সৌমিত্ৰ শইকীয়া আয়োগত সাক্ষ্য দিলে লৰীণজ্যোতি গগৈয়ে। সাক্ষ্য দিবলৈ উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞা। জুবিন গাৰ্গ মৃত্যুৰ ঘটনাৰ আয়োগত সাক্ষ্য প্ৰদান কৰিলে দুয়োগৰাকী নেতাই।