দৰঙৰ গৰুবান্ধাত গুৱাহাটী অভিমুখি যাত্ৰীবাহী বাছত উদ্ধাৰ বৃহৎ পৰিমাণৰ ভাং

Dec 05, 2025 | 3:14 PM

বাছখনৰ নং As 27C 8953। ইতিমধ্যে ভাংখিনি সৰবৰাহ কৰাৰ বাবে এজন ব্যক্তিক আটক কৰে মঙ্গলদৈ আৰক্ষীয়ে। মঙ্গলদৈ সদৰ থানাৰ OC চন্দন জ্যোতি বৰাৰ নেতৃত্বত জব্দ কৰে ভাং খিনি ।

ৰাজ্যৰ বৃদ্ধি পাইছে নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহৰ ঘটনা। সৰবৰাহকাৰীয়ে নতুন কৌশলৰে প্ৰতিদিনে বিভিন্ন স্থানৰ পৰা নিচাযুক্ত সামগ্ৰী সংগ্ৰহ কৰি আছে। এইক্ষেত্ৰত কঠোৰ হৈ পৰিছে অসম আৰক্ষী। এইবাৰ দৰং জিলাৰ গৰুবান্ধাত বৃহৎ পৰিমাণৰ ভাং জব্দ। প্ৰায় ৫ কিলো ভাং জব্দ, উক্ত ভাংখিনি টংলা পাৰা গুৱাহাটী মুখি যাত্ৰীবাহী বাছত উদ্ধাৰ হয়। বাছখনৰ নং As 27C 8953। ইতিমধ্যে ভাংখিনি সৰবৰাহ কৰাৰ বাবে এজন ব্যক্তিক আটক কৰে মঙ্গলদৈ আৰক্ষীয়ে। মঙ্গলদৈ সদৰ থানাৰ OC চন্দন জ্যোতি বৰাৰ নেতৃত্বত জব্দ কৰে ভাং খিনি ।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’,,,