EPFO ​​New Rules 2025: ধন উলিয়াবলৈ মানিব লাগিব EPFO ৰ এই ৫টা নতুন নিয়ম

| Edited By: Barasha Sarma

| May 25, 2025 | 7:59 PM

একে সময়তে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে এই বছৰ EPFO ৰ সকলো গ্ৰাহকৰ বাবে ধন উলিওৱাৰ বাবে কেইবাটাও নতুন নিয়মৰ প্ৰৱৰ্তন কৰিছে। যাৰ প্ৰভাৱ পৰিব প্ৰায় ৭ কোটি গ্ৰাহকৰ ওপৰত। এতিয়া ডিজিটেল মাধ্যমেৰে PF ৰ ধন উলিওৱাটো পূৰ্বতকৈ বহু সহজ আৰু ক্ষীপ্ৰ হৈ পৰিছে।

২০২৫ বিত্তীয় বৰ্ষৰ বাবে Employees Provident Fund(PF)ৰ সুতৰ হাৰ ৮.২৫ শতাংশ, এই কথা প্ৰায় সকলোৱে অৱগত। কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে ২৮ ফেব্ৰুৱাৰীত প্ৰায় ৭ কোটি গ্ৰাহকৰ বাবে ঘোষণা কৰা সুতৰ হাৰ চলিত ত্ৰৈমাসিকত একেই থাকিব। একে সময়তে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে এই বছৰ EPFO ৰ সকলো গ্ৰাহকৰ বাবে ধন উলিওৱাৰ বাবে কেইবাটাও নতুন নিয়মৰ প্ৰৱৰ্তন কৰিছে। যাৰ প্ৰভাৱ পৰিব প্ৰায় ৭ কোটি গ্ৰাহকৰ ওপৰত। এতিয়া ডিজিটেল মাধ্যমেৰে PF ৰ ধন উলিওৱাটো পূৰ্বতকৈ বহু সহজ আৰু ক্ষীপ্ৰ হৈ পৰিছে।

এতিয়া PF একাউণ্টৰ পৰা সম্পূৰ্ণৰূপে ধন উলিওৱাৰ উপৰিও জৰুৰী কাৰণত আংশিকভাৱে ধন উলিওৱাও সম্ভৱ হৈছে। আটাইতকৈ ভাল কথাটো হ’ল এই ধন উলিয়াবলৈ ক’তো দৌৰিব নালাগে। সকলো কাম ডিজিটেল পদ্ধতিৰে কৰা হয়। এই ধন আপোনাৰ একাউণ্টলৈ সোনকালে ট্ৰেন্সফাৰ হ’ব।

সবিশেষ ভিডিঅ’টোত চাওক…