মোদীৰ অসম ভ্ৰমণৰ পৰা নিৰ্বাচনী হিংসালৈ, দিনটোৰ খবৰ…

Sep 14, 2025 | 8:43 PM

আজি নৰেন্দ্ৰ মোদীয়ে অসমত বিশাল জনসভা সম্বোধন কৰে। এই সময়চোৱাত তেওঁ বিভিন্ন প্ৰকল্পৰ শিলান্যাস কৰাৰ লগতে কংগ্ৰেছকো কটাক্ষ কৰি মন্তব্য কৰে।

আজি মোদীয়ে অসমত কেইবাটাও প্ৰকল্পৰ শিলান্যাস কৰে। ইয়াৰোপৰি কংগ্ৰেছক কটাক্ষ কৰি মন্তব্য কৰে। মোদীয়ে কংগ্ৰেছে ভূপেন হাজৰিকাক কৰা অপমানৰ কথা সোঁৱৰাই দিয়ে। তেওঁ উত্তৰ-পূবৰ বিকাশৰ কথাও কয়। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোদীক ধন্যবাদ জ্ঞাপন কৰে। ড০ ভূপেন হাজৰিকাক সন্মান জনোৱাৰ বাবে অসমবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

ইফালে আজি এছিয়া কাপ ২০২৫ ত ভাৰত-পাকিস্তানৰ মেচ। বহুতে এই মেচৰ বিৰোধিতা কৰিছিল যদিও এই মেচ অনুষ্ঠিত হৈছে। প্ৰথমখন মেচত জয়ী হোৱাৰ পাছত আজি দুয়োটা দলৰ এয়া দ্বিতীয়খন মেচ। গতিকে এই মেচ আজি কাৰ হাতলৈ যায় পৰৱৰ্তী সময়ত পোহৰলৈ আহিব।

এনেকৈ আজি দিনটোত ৰাজ্যৰ পৰা বিশ্বলৈ বিভিন্ন ঘটনা সংঘটিত হয়। এনে কেইটামান গুৰুত্বপূৰ্ণ খবৰ আগবঢ়োৱা হ’ল-