Mukesh Ambani News: মুকেশ আম্বানী ঘৰত কাম কৰা সকলৰ দৰমহাৰ কথা জানিলে আচৰিত হ’ব!

| May 21, 2025 | 11:51 PM

প্ৰশ্ন হয় আম্বানী ঘৰৰ ৰান্ধনীজনে কিমান টকা দৰমহা লাভ কৰে । এজন ৰান্ধনীৰ দৰমহা এজন বিধায়কৰ দৰমহাতকৈ বেছি হ’ব পাৰে নেকি? শেহতীয়াকৈ এই সন্দৰ্ভত বহু চৰ্চা আৰম্ভ হৈছে । তদুপৰি এই বিষয়ত সামাজিক মাধ্যমত বহু উৰাবাতৰিও বিয়পি পৰিছে । এই প্ৰতিবেদনৰ জৰিয়তে জানক আম্বানী ঘৰৰ কৰ্মচাৰীয়ে কিমান টকা দৰমহা লাভ কৰে ।

প্ৰায়ে সামাজিক মাধ্যমত ভাৰতীয় পুঁজিপতি মুকেশ আম্বানীৰ ঘৰৰ কৰ্মচাৰীৰ দৰমহা আৰু সুবিধাকলৈ প্ৰায়ে চৰ্চা হৈ থাকে । প্ৰশ্ন হয় আম্বানী ঘৰৰ ৰান্ধনীজনে কিমান টকা দৰমহা লাভ কৰে । এজন ৰান্ধনীৰ দৰমহা এজন বিধায়কৰ দৰমহাতকৈ বেছি হ’ব পাৰে নেকি? শেহতীয়াকৈ এই সন্দৰ্ভত বহু চৰ্চা আৰম্ভ হৈছে । তদুপৰি এই বিষয়ত সামাজিক মাধ্যমত বহু উৰাবাতৰিও বিয়পি পৰিছে । এই প্ৰতিবেদনৰ জৰিয়তে জানক আম্বানী ঘৰৰ কৰ্মচাৰীয়ে কিমান টকা দৰমহা লাভ কৰে ।

বিশ্বৰ অন্যতম শীৰ্ষ কোটিপতিৰ তালিকাত আছে মুকেশ আম্বানী। বহু সম্পত্তিৰ মালিক হোৱাৰ পাছতো মুকেশ আম্বানী তেনেই সাধাৰণভাৱে থাকে । সাজ-পোছাকতো বিশেষ আধুনিকতা দেখা নাযায় । প্ৰায়ে বগা চাৰ্ট আৰু সাধাৰণ পেণ্ট পৰিধান কৰা দেখা যায় মুকেশ আম্বানীক । পিছে আটাইতকৈ চৰ্চাৰ বিষয়টো হৈছে আম্বানী ঘৰৰ কৰ্মচাৰীয়ে কিমান টকা দৰমহা লাভ কৰে ।