কাকো খাতিৰ নকৰাকৈ গ'ল গৈ তেওঁ

18 September 2025

TV9 ASSAM

“অমানিশা সাৰে আছে, আৰু সাৰে আছো মই…” সেইগৰাকী জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই।

জুবিন গাৰ্গ আৰু নাই

জুবিন গাৰ্গৰ জন্ম হৈছিল ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত। তেওঁৰ পিতৃ হৈছে কপিল বৰঠাকুৰ আৰু মাতৃ স্বৰ্গীয় ইলি বৰঠাকুৰ। 

জুবিন গাৰ্গৰ জন্ম

১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যুৱ মহোৎসৱত পাশ্চাত্য একক সংগীত পৰিৱেশনত সোণৰ পদক লাভ কৰিছিল জুবিন গাৰ্গে।

সংগীতৰ যাত্ৰা

১৯৯২ চনতেই মুক্তি পাইছিল তেওঁৰ প্ৰথমটো এলবাম অনামিকা। পেছাদাৰী সংগীতৰ ক্ষেত্ৰখনত এয়া জুবিনৰ প্ৰথমখোজ।

প্ৰথমটো এলবাম 

কেৱল অসমীয়া ভাষাতেই নহয়, বাংলা, হিন্দী, তামিল, ওড়িয়া, তামিল, পাঞ্জাৱী, মাৰাঠী, নেপালী আদি বিভিন্ন ভাষাত গীত পৰিৱেশন কৰিছিল জুবিন গাৰ্গে। 

বহু ভাষাত গীত পৰিৱেশন

অসমীয়া বিভিন্ন জনগোষ্ঠী ভাষা যেনে বড়ো, কাৰ্বি, মিছিং, ৰাভা, আদিবাসী (চাহ জনগোষ্ঠী) ৰ ভাষাতো অলেখ গীতত কণ্ঠ নিগৰাইছিল জুবিন গাৰ্গে ।

জনগোষ্ঠী ভাষা

খবৰ অনুসৰি, ছিংগাপুৰত স্কুবা ডাইভিং কৰি থকাৰ সময়ক দুৰ্ঘটনাত পতিত হৈ শেষ নিশ্বাস ত্যাগ কৰে জুবিন গাৰ্গে।

শেষ নিশ্বাস ত্যাগ

তাৎক্ষণিভাৱে হাস্পতালত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে আজি শুকুৰবাৰ, ইংৰাজী ১৯ ছেপ্টেম্বৰ ২০২৫ তাৰিখে মৃত্যু হোৱা বুলি ঘোষণা কৰে।

তেওঁ গ'ল গৈ

পঢ়িবলৈ ক্লিক কৰক

মহিলাৰ প্ৰস্ৰাৱ সংক্ৰমণ হ'লে কি কি লক্ষণে দেখা দিয়ে?